@TilakDoley72639 Profile picture

TMPK

@TilakDoley72639

Takam Mising Porin Ke'bang is a single national student organisation of mising community..

TMPK ৰ তৰফৰ পৰা বড়ো সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱসৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিছো। তিলক দলে সভাপতি, TMPK

Tweet Image 1

দশম বাৰ্ষিক শ্বহীদ বগা-নৰেশ- অঞ্জনাৰ সোৱঁৰণত মধ্য চিচি টঙানী জ:পং স্পট এচছিয়েনৰ উদোগত আৰু TMPK মধ্য চিচি টঙানী আঞ্চলিক সমিতিৰ সহযোগত অনুষ্ঠিত কৰা চলন্ত প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাখনীৰ আজি চূড়ান্ত খেলখনত হাজাৰ হাজাৰ ক্ৰীড়া প্ৰেমী নৱ-প্ৰজন্মৰ অভুতপূৰ্ব সহাৰি দেখি অভিভূত হওঁ ।

Tweet Image 1
Tweet Image 2
Tweet Image 3
Tweet Image 4

আজি TMPK ৰ উদ্যোগত, MMK আৰু TMMK ৰ সহযোগত মুক্তি যুঁজাৰু ভগৱান বীৰছা মুণ্ডাৰ ১৫০ সংখ্যক জন্ম জয়ন্তী উপলক্ষে মাতমৰাৰ লঃইদ কমপ্লেক্সত "জনজাতীয় গৌৰৱ দিৱস" উদযাপন কৰা হয়।

Tweet Image 1
Tweet Image 2

আগন্তুক Mising Sports Carnival (Mising Olympic) - গোগামুখত অলিম্পিক পদক বিজয়ী লাভলিনা বৰগোহাঁইয়ে সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব। Dhakuakhana Sports Carnival ৰ পাছত পুনৰবাৰ তেখেতক আমাৰ মজিয়ালৈ স্বাগতম জনাইছো।

Tweet Image 1

Happy Children’s Day 🎉

Tweet Image 1

আগন্তুক ২৮,২৯,৩০ নবেম্বৰ আৰু ১ ডিচেম্বৰ ২০২৪ গোগামুখত অনুষ্ঠিত হৱলগীয়া Mising Sports Carnival (Mising Olympic) ত ভাৰতীয় অলিম্পিক সন্থাৰ সভানেত্ৰী P.T. Usha ডাঙৰীয়ানী সামৰণি অনুষ্ঠান ১ ডিচেম্বৰ ২০২৪ তাৰিখে মূখ্য অতিথি হিচাপে উপস্হিত থাকিৱ।


2nd Edition “Mising Olympic “2024 29,30 November and 1 December 2024 Gugamukh Mising Olympic I’rroi ✊✊ TMPK I’rroi ✊✊


2nd Edition “Mising Olympic “2024 29,30 November and 1 December 2024 Gugamukh Mising Olympic I’rroi ✊✊ TMPK I’rroi ✊✊ Opening Ceremony 28 Nov.2024


মিচিং অলিম্পিকক অসম অলিম্পিক সন্থাৰ স্বীকৃতিৰ বাবে TMPK ৰ সাধাৰণ সম্পাদকে অসম অলিম্পিক সন্থাৰ মাননীয় সভাপতি সৰ্বানন্দ সোণোৱাল দেৱক সাক্ষাৎ কৰি যাৱতীয় ব্যৱস্থা কৰিবৰ আহ্বান জনোৱা মূহুৰ্ত।

Tweet Image 1

2nd Edition “Mising Olympic “2024 29,30 November and 1 December 2024 Gugamukh Mising Olympic I’rroi ✊✊ TMPK I’rroi ✊✊


2nd Edition “Mising Olympic “2024 29,30 November and 1 December 2024 Gugamukh Mising Olympic I’rroi ✊✊ TMPK I’rroi ✊✊


অসমীয়া ভাষাক ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি প্ৰদানৰ বাবে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দেৱক কৃতজ্ঞতা জনাই আজি মিচিং স্বায়ত্ত্ব শাসিত পৰিষদৰ উদ্যোগত জোনাই বালিকা মহাবিদ্যলয়ৰ প্ৰেক্ষাগৃহত আয়োজন কৰা "ভাষা গৌৰৱ সপ্তাহ" উদযাপন কাৰ্যসূচীত উপস্থিত থাকো।

Tweet Image 1
Tweet Image 2
Tweet Image 3
Tweet Image 4

আজি কন্যাধাৰাত মিচিং জাতিৰ বিভিন্ন সমস্যা সমাধাসুত্ৰে কেন্দ্ৰীয় চৰকাৰৰ গৃহ সচিব সন্মানীয় Govin Mohanদেৱৰ সৈতে মাননীয় অসমৰ শিক্ষা ও জনকল্যাণ বিভাগৰ মন্ত্ৰী ডাঃ ৰনোজ পেগুদেৱ আৰু MACৰ CEC Paramananda Chayengiaদেৱৰ নেতৃত্বত আলোচনাত বহো । লগতে কেন্দ্ৰীয় সজাতি দলে উপস্হিত থাকে

Tweet Image 1
Tweet Image 2
Tweet Image 3
Tweet Image 4

TMPK Reposted

Glad to participate as the guest at an interactive session with the youth of Sidli Assembly constituency alongside Shri @PramodBoroBTR , Chief Executive Member of BTR. Addressing the gathering, I urged Hon’ble Prime Minister Shri @narendramodi to support initiatives empowering…

Tweet Image 1
Tweet Image 2
Tweet Image 3
Tweet Image 4

অহা ২৯,৩০ নবেম্বৰ আৰু ১ ডিচেম্বৰ ২০২৪ তাৰিখে ধেমাজী জিলাৰ গোগামুখত অনুষ্ঠিত হৱলগীয়া 2nd Edition Mising Olympic,2024 ৰ অভ্যৰ্থনা সমিতিৰ গঠনাৰ্থে আবতানি লত্তা,গোগামুখত অনুষ্ঠিত হোৱা “ৰাজহুৱা সভা”ত উপস্হিত থাকোঁ।সভাত CEM,MAC মিগাং পৰমানন্দ চায়েঙীয় উপস্হিত থাকে।

Tweet Image 1

Takam Réngamém Yi:pi nané Agom Longé léga:pé asin aséngém sé:lígdung. সমূহ মিচিং ৰাইজলৈ ৪০ সংখ্যক মিচিং ভাষা দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো।

Tweet Image 1

অসম চৰকাৰৰ কেবিনেট সিদ্ধান্তক TMPK ৰ তৰপৰ পৰা আদৰণি জনাইছোঁ। মিচিং স্বায়ত্বশাসিত পৰিষদৰ সীমা নিৰ্দ্ধাৰণ সম্পৰ্কে থকা ভুল বুজাবুজিসমুহ অন্ত পৰিল। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু ভৈয়াম জনজাতি মন্ত্ৰী ডাঃ ৰণোজ পেগু ডাঙৰীয়াক অশেষ ধন্যৱাদ🙏🙏

Tweet Image 1

আজি TMPK, MMK আৰু TMMK প্ৰতিনিধি দলে মিচিং স্বায়ত্ত্ব শাসিত পৰিষদক ষষ্ঠ অনুসূচী ত অন্তৰ্ভূক্ত কৰাক লৈ ভাৰত চৰকাৰৰ সৈতে এখন ত্ৰিপাক্ষিক বৈঠকৰ ব্যৱস্থা কৰিবৰ বাবে আৰু মিচিং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচন সম্পৰ্কে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা দেৱক সাক্ষাৎ কৰোঁ।

Tweet Image 1
Tweet Image 2
Tweet Image 3

যোৱাকালি ২০ অক্টোৱৰ ২০২৪ তাৰিখে ডিব্ৰুগড় নগৰস্থিত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা ভৱনত অনুষ্ঠিত TMPK ডিব্ৰুগড় জিলা সমিতিৰ বিশেষ প্ৰতিনিধিত্ব মুলক সভাত সভাপতি পদত জ্যোতিষ টায়ে, সম্পাদক জ্যোতিপ্ৰসাদ মিলিক লৈ পুৰ্ণাংগ জিলা সমিতি গঠন হয়।দুয়োগৰাকীলৈ আৰু সকলো সদস্যলৈ শুভেচ্ছা জনাইছ

Tweet Image 1
Tweet Image 2

"The past guides the future" 'এই বাট' - ৰ'দ আৰু বৰষুণ নেওচি, হাজাৰ ধুমুহা, বিজুলী-ঢেৰেকনি পাৰ হৈ নিৰ্মাণ কৰি আহিছোঁ। উত্তৰপুৰুষে মসৃণ বাটেৰে খোজ কাঢ়িব পাৰিব। 12 August,2003 Jantar Mantar ,New Delhi Mising Re’ngam I’rroi ✊✊ TMPK I’rroi ✊✊

Tweet Image 1

United States Trends
Loading...

Something went wrong.


Something went wrong.