@KR16990093 Profile picture

কনকন~aYush

@KR16990093

#FOLLOW_ME 💯%FOLLOWING BACK কোচ ৰাজবংশী #MUSIC_LOVER শব্দই মোৰ জীৱনৰ প্ৰেৰণা কলমেই মোৰ একমাত্ৰ শক্তি তাৰ বাদে যে মোৰ আৰু একোৱে নাই (জুবিন দাৰ অনুৰাগী)

Similar User
Binud deka photo

@Binud836

Simanta Deka photo

@Simanta__deka

তপন শ‌ইকীয়া(Tapan Saikia) photo

@TapanSa37886412

jafrin Sultana🇮🇳 photo

@jafrinsultana93

Commented photo

@Commo_commented

Sanjib Boruah photo

@BoruaSanjib

Himangshu Talukdar photo

@Himangs00644171

Pinned

❤️মা❤️ সৃষ্টিৰ অংকুৰণ তুমি তুমিয়েই দিয়া দান এটি এটি জীৱন তোমাৰ বহু যান্ত্ৰণাৰ আভাস এই মোৰ জীৱন তথাপি তোমাৰ প্ৰশান্ত সাগৰ সদৃশ এখন শীতল হৃদয়।।


কনকন~aYush Reposted

এইয়াই প্ৰেম নেকি! সকলোবোৰ চব সময়তে থকাৰ পাচতো প্ৰয়োজন হয় একমাত্ৰ তোমাৰ


কনকন~aYush Reposted

অসমত থাকি অসমীয়া গান নুশুনা অসমীয়া বুজি নোপোৱা ! আৰু জুবিন দা কোন হয় বুলি সোধা এনেকুৱা মানুহ আছে নালাগে মোক ইহতে আমাৰ অসমৰে হয় বুলি ! জুবিন দা আই লাভ ইউ !


কনকন~aYush Reposted

প্ৰকৃত মানুহে কেতিয়াও নিজৰ জাত পাত, ধৰ্ম বিবেচনা কৰি আন ধৰ্ম বা মানুহক উপলুঙা নকৰে ৷ সমাজত এতিয়াও ভাল ভাল ব্ৰাহ্মণ আছে যাৰ লগত কথা পাতিলে বহুতো পৌৰাণিক, গঠনমূলক, নতুন কথা শিকিব পাৰি ৷ যিয়ে নিজৰ জাত পাত বিচাৰ কৰাতকৈ সকলোৰে লগত মিলি মানৱতাৰ পৱিত্ৰ শলিতা জ্বলাই জীয়াই ৰাখে...


কনকন~aYush Reposted

এজনী দায়িত্বশীল ছোৱালীয়েই পাৰে এজন পাগল টাইপৰ লৰাৰ জীৱন সলনি কৰি দিবলৈ ।


কনকন~aYush Reposted

সময়বোৰ এনেকৈয়ে গৈ থাকে অসীমলৈ.. এজনৰ অহস্মমতা আৰু আনজনৰ আশা অপেক্ষা


জীৱন.... এটি যাত্ৰা কাৰোবাৰ যন্ত্ৰণাকাতৰ কাৰোবাৰ বিলাসিতা পূৰ্ণ জীৱন... এক নিষ্ঠুৰ মৰুপ্ৰান্ত সুদূৰলৈ চালে পানী দেখি ওচৰ পালে মৰীচিকা মাত্ৰ ....🙂


কনকন~aYush Reposted

প্ৰেমৰ শলিতা আৰু কিমান জ্বলাবি আধাতে নুমাই গ'ল বহু কেইটা চাকি ধনৰ লোভত যদি প্ৰেম হয় দূখৰ জীৱন ধীৰে ধীৰে বয়। মন যদি জেদি হয় দুটি মন একেটি কেতিয়াও নহয়। সচাঁ প্ৰেমৰ মাদকতা পাম বাৰু কেতিয়া দুদিনতে আতৰি যায় দেখো এতিয়া । সময় অসময় নাই যে প্ৰেমৰ, বয়সেও নুবুজে প্ৰেমৰ সাথঁৰ


কনকন~aYush Reposted

পৃথিৱীৰ আটাইতকৈ দুখ লগা দৃশ্য হ'ল মাৰ চকুত চকুপানী


চুৰমাৰ কৰি কাৰোবাৰ হৃদয় আপোনজন পৰ হয় সপোনবোৰ যেন থমকি ৰয় স্মৃতিৰ চকুলোৰে নিজৰা বয় 😶


কনকন~aYush Reposted

মন যায় তোমাৰ কলিজাত মই নামৰ ফুলপাহ গুজিদিবলৈ মন যায় তোমাৰ বুকুত মূৰ থৈ জোনাকৰ পাঠ পঢ়িবলৈ মন যায় তোমাৰ মিচিকিয়া হাঁহিবোৰ উকা কেনভাচত ৰঙেৰে বুলাই দিবলৈ মন যায় তোমাক নজনোৱাকৈ তোমাক ভালপাই যাবলৈ


মনৰ কথাবোৰ নিজৰ ভাবি বেলেগৰ আগত প্ৰকাশ কৰি হাঁহিৰ পাত্ৰ হোৱাতকৈ মনতে কথাবোৰ সাচি ৰাখি কষ্টত থকাই বেছি শ্ৰেষ্ঠ


চাই হৈ জ্বলিব দুদিনীয়া দেহা ধোঁৱা হৈ উৰিব সপোন আৰু আশা ধনেৰেও নোৱাৰে ৰাখিব সিদিনা সৌন্দয্যৰ অহংকাৰত অহংকাৰী দেহা ....😑


কনকন~aYush Reposted

কাক নো বিশ্বাস কৰিম এই পৃথিৱীত যেনি যাওঁ তেনি মাথোঁ মানুহে লগত এটি কলাচায়া লৈ ফুৰে যিটো চিনিব পৰাটো অতি সহজ কাম নহয়


কনকন~aYush Reposted

আমাৰ জীৱনত সংঘটিত হোৱা প্ৰতিটো ভুলে আমাক একোটা শিখা দিয়ে! আৰু প্ৰতিটো শিক্ষাই একোজন মানূহক সলনি কৰি দিয়ে।,


কনকন~aYush Reposted

happy birthday #MSDhoni

Tweet Image 1

কনকন~aYush Reposted

জীৱনটোৰ বিষয় একো নকওঁ কাৰণ.... জীৱনৰ দিশ কোন দিশে কোনেও কব নোৱাৰে .. .. .. .. অদৃশ্য জীৱনৰ মায়াময় কাহিনী ।।


কনকন~aYush Reposted

হয় মই বেয়া। মোৰ দৰে বেয়া মানুহৰ কথা ভাবি বা আনৰ আগত কৈ আপোনাৰ বহুমূলীয়া সময় নষ্ট নকৰিব, পাৰিলে আপোনাৰ দৰে জ্ঞানী মানুহৰ লগত বহি জ্ঞানৰ কথাকে নাপাতে কিয়? অলপ জ্ঞান পাব🙏


এবাৰ যদি চুই চালাহেঁতেন চকুলো এটোপাল বুজি পালাহেঁতেন হৃদয় মোৰ কিমান জীপাল😔


কনকন~aYush Reposted

সময় বৈ গ'ল প্ৰেম গভীৰ হ'ল ব্যস্ততাৰ অজুহাতবোৰে লগ নেৰা হ'ল সপোনৰ কেচাঁ গোন্ধ চকুত ওলমি ৰোৱা বিষাদৰ বৰষুণ খৰিকাজাই যেন প্ৰেমৰ সুবাসবোৰ সময়ৰ খোজত কেতিয়ানো হেৰাই গ'ল কিয়নো ক'লা কিয়নো শুনিলো আঁউসীৰ আন্ধাৰত পোহৰ বিচাৰিলো


কনকন~aYush Reposted

কৰ্মই আমাক জীৱনৰ লক্ষ্য আৰু উদ্দেশ্য দিয়ে যাৰ অবিহনে জীৱনৰ কোনো মূল্যই নাই!!


Loading...

Something went wrong.


Something went wrong.