Binud deka
@Binud836তোমাৰ হৃদয়ৰ পৰা মোক বহিস্কাৰ কৰাৰ পিছত মোৰ হৃদয়ত নিষিদ্ধ কৰিলোঁ তোমাক #Labour_Welfare_department #Assam_secretariat https://t.co/QbKKn2fXA0
Similar User
@_Barnali_Rabha_
@mrdas_axom
@DipshikhaKhaund
@Nilakshi_Das_
@pallabee_jani_g
@deka_riniki
@Simanta__deka
@samardutta_
@DaiSyChoudhury2
@Parashar_kalita
@NabajyotiLahkar
@BikashBoruahBi2
@SanjibNA1
@BukhamlungK
@manasharandhar1
সপোনৰ চাৰিখন ঠাই.. হিয়া শাত পৰা অনুভৱ এবাৰ গৈ চাবলৈ মন.. পাখি মেলি উৰিবৰ মন #Ladakh #Kedarnath #KailashDarshan #Manali One day with Life partner ❣️ Dream ❣️
কাহিনী বোৰ এনেই বদনামী হয় প্ৰকৃত ভূল কলমে কৰে আৰু সম্পৰ্কবোৰ এনেই বদনামী হয় প্ৰকৃত ভূল মানুহেই কৰে 🥲🥲🥲
প্ৰতিজনৰ প্ৰেমিকৰে এটি কাহিনী থাকে কাহিনীৰ আৰঁত কিন্তু প্ৰেয়সী নাথাকে 🥀 থাকে জ্বলি যোৱা হৃদয়ৰ অৱশিস্ট আৰু ইয়াৰে পৰাই আৰম্ভ হয় জীয়া মৃতদেহৰ কাহিনী 🖤🖤🖤
আপোনাৰ কেতিয়াবা এনেকুৱা হৈছে নে কাৰোবোক বেয়া কৈ গালি নিজে আকৌ পিছত ভাৱি থকা হয় যে মই কিয় ইমান বেয়াকে কৈ পালো এতিয়া কি বুলি ভাৱিছে চাগে মোৰ প্ৰায় এনেকুৱা হয় 🥲🥲
আপোনাৰ সন্ধান বিচাৰি যোৱাৰ পৰত আপোনাৰ ঠিকনা টি লোৱা নহল দেৱদাৰু জোপাৰ কাষতে থকা চাহৰ দোকান খনেই আমাৰ শেষ ঠিকনা আছিল সেইদিনা জীৱনৰ বেলা বৰ চুটি আছিল কথাবোৰ দীঘলীয়া আছিল আপোনাৰ ভৱিষ্যৎ চহৰ লৈ যাব লগীয়া বাছ খনো সোনকালেই আহিছিল আপোনাৰ ঠিকনাটি লবলে সময়ৰ অভাৱ হৈছিল… 🥹
আপোনালৈ এটি অনুৰোধ.. ভুলতে এবাৰ প্ৰেমত পৰি চাওক ছোন মোৰ হৃদয়ৰ কোঠালীত আপোনাৰ বাবেই পাৰি থোৱা আছে সুখৰ বিছনা তাতেই আপুনি জিৰাই সপোন দেশলৈ যাব পাৰিব আৰু দিঠকৰ স্টপেজত মই ৰৈ থাকিব আপোনাৰ বাবেই যেন আকাশ খন সদায় ফৰকাল দেখো… ভালপাওঁ বাবেই চাগে মোৰ হৃদয়ে আপোনাকেই বিচাৰে ..
নতুনত্ব কিবা এটা বিচাৰি কিবা এটা নতুন বিচাৰো যাতে সমস্ত দুখৰ বোজাৰ ভাৰ লব পাৰে কিবা এটা নতুন বিচাৰো যিয়ে জীৱনৰ ৰং সলাব পাৰে কিবা এটা নতুন বিচাৰো যাৰ বাবে মই সুখৰ সন্ধান বিচাৰি পাওঁ জীৱনৰ আধা বাটতে সকলো মৰহি গৈছে… আশাবোৰৰো মৃত্যু হৈছে 🥲
হয় মই গৌৰৱ কৰো 🙂 তাইৰ অবিহনেও মই সূখী ভালপোৱাৰ এটি নাম তাইৰ আছিল … কোনোবাই সুধিলে আজিও মই মুক্ত মনে কও হয় মই গৌৰৱ কৰো কাৰণ তাইক মই আজিও ভালপাও… ত্যাগৰো আন এটি নাম ভালপোৱা এই ভালপোৱাক লৈ মই গৌৰৱ কৰো 🥀 এতিয়া তাইৰ ঠিকনা অচিনাকি হলেও বিচাৰি মই হাবাথুৰি নাখাও 🙂
প্ৰেমৰ আবেলি 💛 হয় আপোনাৰ অনুপস্হিতিত এই ঠাই শূন্যতাৰে আৱৰি ধৰিছে আজিৰ আবেলি উকা হৈ ৰ’ল অনিচ্ছাশ্বত্বেও এই ঠাইত আহি এপাক ৰলো 🥹🥹 জীয়া মৃতদেহৰ দৰে সময়খিনী পাৰ কৰিলো 🥹 একপক্ষীয় আছিল যে মৰমবোৰ হেৰাই যোৱাৰ পিছতো সুখী মই 😌😌
হৃদয় খনে উচুপি উঠে… যেতিয়া মই আপোনাক বেলেগৰ সৈতে দেখো.. যেতিয়া মই আপোনাক বেলেগৰ হাতত ধৰা দেখো.. তেতিয়াই হৃদয় খনে উচুপি উঠে খন্তেক সময়ৰ বাবে..🥹🥹 নাজানো আপোনাক কিয় ইমান ভালপাওঁ হয়টো বৈৰাগী হৈ কটাম.. একপক্ষীয় বুলিবলে আপোনাৰ প্ৰতি থকা মৰমবোৰেই আছে….!!
Puja 2k24 ❤️ অনুভবোৰ সুকীয়া গতিকে নিজকে বিচাৰি ভিৰৰ মাজত উলাই গলো 😌😌 মইজন 🙂
আকাশলৈ প্ৰশ্ন… ক’ত হেৰুৱালা মোৰ চৰাইজনী মেঘৰ আঁৰত লুকাই গ’ল নেকি… নে আপোনাৰ বিশালতাত হেৰাই গ’ল মনটোত হেজাৰ প্ৰশ্ন আছে আপোনালৈ… তাইৰ ঠিকনা দিয়ক মোক মোৰ নীলা চৰাই জনীৰ 🥺🥺 এতিয়া কাহিনীবোৰৰ শিৰোনাম কোনে দশল কৰিব মই কাহিনীৰ অন্ত নেপেলাও 🥺🥺 বিচাৰি দিয়ক 🥺 …….!!
একপক্ষীয় ভালপোৱা 🙌🏻 উম ভালপাওঁ তোমাক তুমি যে কৈছিলা…. “ অই মই যদি নোহোৱা হৈ যাও তেতিয়া তুমি আকৌ কাৰোবাৰ প্ৰেমত পৰিবা ন” মোৰ উত্তৰ আছিল…. “অ পৰিম আকৌ এবাৰ তোমাৰ প্ৰেমত” আজিও তোমাকেই ভালপাওঁ ❣️ মৰমবোৰ তোমাৰ পক্ষত আছিল বাবেই হৃদয়ৰ পজাত আজিও তুমি ৰাণী হৈ আছা ❤️❤️
আপুনি কেতিয়াবা নিজকে প্ৰশ্ন কৰিছে নে..? জীৱনৰ অৰ্থ কি…? জীৱনৰ মায়াজাল কি…? হয় মোৰ মনলৈ প্ৰায় এই প্ৰশ্ন আহে
আপুনি সুখী নে …..!! জীৱনৰ শিক্ষা সময়ৰ শিক্ষা সম্পৰ্কৰ শিক্ষা আৰু যে ক’ত কি ..
কেতিয়াবা অতিতবোৰ মনত পেলাই ভাল লাগে 😌😌 নহয় নে 🥹🥹 সেই আপোনজনৰ লগত কটোৱা সময় মিঠা আৱেগৰ ঢৌত উটি-ভাহি থকা সময় কণ 🥰 অতিত 🥹
United States Trends
- 1. $CUTO 9.675 posts
- 2. ICBM 152 B posts
- 3. #KashOnly 24,7 B posts
- 4. The ICC 127 B posts
- 5. Good Thursday 29,7 B posts
- 6. Katie Couric N/A
- 7. GM Elon 1.136 posts
- 8. International Criminal Court 67,1 B posts
- 9. Bezos 32,1 B posts
- 10. #ThursdayMotivation 5.846 posts
- 11. #thursdayvibes 4.206 posts
- 12. Gallant 167 B posts
- 13. Dnipro 63,2 B posts
- 14. Happy Friday Eve N/A
- 15. Vegito 3.029 posts
- 16. $BTC 848 B posts
- 17. #ThursdayThoughts 3.737 posts
- 18. Adani 843 B posts
- 19. #21Nov 3.589 posts
- 20. Reece James 11 B posts
Who to follow
-
নিয়ানা
@_Barnali_Rabha_ -
Akash Das
@mrdas_axom -
যাজ্ঞসেনী🪻💙
@DipshikhaKhaund -
নীলাক্ষি
@Nilakshi_Das_ -
Jani........‼️
@pallabee_jani_g -
Riniki Deka
@deka_riniki -
Simanta Deka
@Simanta__deka -
Samar Dutta
@samardutta_ -
DaiSy Choudhury ডেইজী চৌধুৰী
@DaiSyChoudhury2 -
Parashar kalita
@Parashar_kalita -
Nabajyoti Lahkar (নৱজ্যোতি লহকৰ)🇮🇳🇮🇳🇮🇳
@NabajyotiLahkar -
Bikash Boruah Bikash
@BikashBoruahBi2 -
সঞ্জীৱ নাথ
@SanjibNA1 -
Bukhamlung Khunchow
@BukhamlungK -
Arandhara Manash
@manasharandhar1
Something went wrong.
Something went wrong.