@sangita67801103 Profile picture

sangita Deka

@sangita67801103

শব্দ / আবৃত্তি ❤ স্নাতকোত্তৰ, ৰাজনীতি বিজ্ঞান বিভাগ, ডিব্ৰুগড় বিশ্ববিদ্যালয়।

Similar User
Modhusmita Hazarika photo

@Modhu454

প্ৰণামী গগৈ photo

@ainu321

সন্ধ্যা___💙🦋 photo

@BarbiGogoi2

Simashree Nath photo

@Simashreenath

munmi Borgohain photo

@MunmiBorgohain4

Assamphoto photo

@assamphoto

জ্ঞান জ্যোতি চুতীয়া photo

@JnyanjyotiC

Madhusmita Buragohain photo

@MadhusmitaBG

Lisha Chanu photo

@Kajal2453

Dikshita Boruah photo

@DikshitaBoruah5

offbeat Purvi Tales photo

@das_purvi

নিয়ানা photo

@_Barnali_Rabha_

Alimpika Borah photo

@Alimpika_Borah

Swâstïkā Medhi photo

@swastika_medhi

Jani........‼️ photo

@pallabee_jani_g

Pinned

পোহৰতকৈ এন্ধাৰ ভাল। 🌻 কবি: হেম বৰুৱা।


ব'হাগৰ শেষত, #কবিতা #আবৃত্তি #


ৰৈ যাব ক'লেইতো নৰয়, আগচোতালৰ বেলি। ভ্ৰমৰ নদী এনেও জঠৰ বেছি..! ইয়াতো হেনো থাকে দুৰ্যোগৰ সাধু এটি।


কঙাল সময়ৰ ভৰ জোনাকত, চোতালত কাৰ চিফুংবাঁহী...?


এন্ধাৰৰ প্ৰলেপে, কিমান পোহৰক ঢাকে...? মন গ'লেই বৈ যাব পৰাকৈ... সময়েচোন বিকল্প লৈ ৰৈয়ে থাকে।


সময়বোৰ ক্ৰমে বৈ যায়----- হৰ্ষ-বিষাদৰ জীয়া ইতিহাস লিখি। তথাপিও উশাহবোৰত ফুলি থাকে---- সহস্ৰ সপোনৰ কলি।।


তামসীৰ বুকুত পোহৰৰ গল্প ৰচি ৰচি; প্ৰতি প্ৰহৰৰ শেষত, তেওঁ নিজকে আৱিস্কাৰ কৰে ..! এমোনা পোহৰ তেওঁৰ হাতত, তেতিয়াও থাকে। "যিয়ে নিজে জ্বলি জ্বলি আনক পোহৰ দিয়ে"।

Tweet Image 1

💜

ৰৈ যাব ক'লেইতো, কোনো ৰৈ নাযায়। শেষৰ প্ৰহৰত শুনিবলৈ, শিল হোৱা কলিজাৰ উচুপনি।। 🖤💜



sangita Deka Reposted

"জীৱনৰ হাঁহিবোৰৰ যদি সৰাপাত হৈ সৰে"....! সময়ে জানো থমকি ৰ'ব ...? কোনোবা অচিনা চুবুৰীত বাট হেৰুওৱা পথিকৰ দৰে। 🖤


আবৃত্তি❤


sangita Deka Reposted

এই ৰ'দ আছে..! এই নাই....! তথাপিও জীৱন জখলাৰ নিৰ্মিয়মান ভেঁটিত সুখৰ কিংখাপ উৰুৱাই, বৈ যায় জীৱন জোনাকৰ প্ৰতিটো সন্ধ্যা।


sangita Deka Reposted

এক সেউজৰ অৱলোকনত ধৰা দিয়ে, এটি নৈপৰীয়া গান। যি গানত থাকে, উশাহৰ সাধুকথা----- শ্যামলী শব্দৰে আৱৰা। এমুঠি সবুজ কথাৰ শাশ্বতিক আত্মকথা।। এজাক পোহৰ অন্বেষীৰ জীৱন যাত্ৰা ।।


গাঁওৰ বুকুত লীন যাই.... এমুঠন ক্লান্ত জীৱনৰ সংজ্ঞা। য'ত ফুলি উঠে...... মোৰ সজীৱ উশাহবোৰ আৰু ইয়াৰ আশে- পাশে আৰম্ভ হয়--- চহা জীৱনৰ আখৰা।


sangita Deka Reposted

এবুকু ৰ'দত ডুবি ডুবি আগবাঢ়ে, এবাৰ উলটিও চাই.....! তথাপিও নৰয়, জীৱন। তথাপিও শেষ নহয়, শিকন।। জী থকাৰ পৰা জীয়াই থকাৰ, জীয়াই থকাৰ পৰা জী থকাৰ।। 🖤


উদাসী প্ৰহৰৰ আদিতম গানত, ধৰা দিয়া... পোহৰ তুমি এটি হৃদয়ৰ আদিতম কৌতুক।❤


sangita Deka Reposted

এমুঠি আৱেগ খামুচি------ কোনে লিখে...? এন্ধাৰ কাৰেংত ভালপোৱাৰ দিনলিপি। এজাক "আমাৰ সপোন"ৰ খতিয়ান... কিমান আপোনত্বই আঁকিব পাৰে.....? ৰুগ্ন কায়াৰ কঁপা আঙুলিৰ পৰশেদি, এহেজাৰ অনুভৱৰে ভালপোৱাৰ কিংকিনী গাঁঠি। ✒ Sangita


আপোনাৰ চোতালত জোনাক সৰিলে, মোৰ চোতালত পোহৰৰ কবিতা ফুলে।❤



Loading...

Something went wrong.


Something went wrong.