@ray_ukr Profile picture

श्रीमान उत्तम कुमार राय( শ্রীমান উত্তম কুমাৰ ৰায় )

@ray_ukr

General Secretary,KPP, Social Worker, Human rights activist. Official Twitter account of Uttam Kumar Ray.

Similar User
Anupam Bera | অনুপম বেরা photo

@anupam4aitc

Sujal Sharma photo

@natkhatsujal_

🇮🇳Harikesh Singh🇮🇳 photo

@Harikes43523172

Sadanand Mehra photo

@sadanand_mehra

रणजीत चौधरी photo

@Ranjeetchodhri

कुसुमान्जलि सिंह 🇮🇳 photo

@kusumanjalising

Ujjal Paw photo

@Ujjal_Paw

mangal singh sisodiya(journalist) photo

@mangalsisodia31

Moti Kisku photo

@KiskuMoti

Archana Singh RANA photo

@Sarojrana1111

Robin Roshan photo

@robinroshann

Ranjeet Singh photo

@rsmitharwal

🚩 अnil Kumar Singh🚩🇮🇳 photo

@singhanilkush

Hetram Chaudhary photo

@HetramChaudhar8

Amal Thaosen photo

@amal_thaosen

श्रीमान उत्तम कुमार राय( শ্রীমান উত্তম কুমাৰ ৰায় ) Reposted

দহ-বাৰটা গোটত বিভক্ত আক্ৰাছুৰ ওপৰত কোচ-ৰাজবংশী সমাজৰ কোনো আস্থা নাই। তাৰ স্পষ্ট প্ৰমাণ২০২০ চনৰ শেষৰ ফলে ৰাজ্য চৰকাৰে KAC গঠনৰ পিছতো গোলাকগঞ্জ,গৌৰীপুৰ, বিলাসীপাৰা পূব, অভয়াপুৰী উত্তৰ, সৰভোগ, বৰপেটা আদি বিধান সভাত শাসকীয় মিত্রজোট ২০২১ত পৰাস্ত হৈছিল।@himantabiswa @jayanta_malla


श्रीमान उत्तम कुमार राय( শ্রীমান উত্তম কুমাৰ ৰায় ) Reposted

অপ্ৰিয় কিন্তু বাস্তৱ সত্য কথা -অসমৰ ছয় জনগোষ্ঠীৰ যদি জনজাতিকৰণ নহয় ; তেনেহলে অসমত খিলঞ্জীয়াৰ ৰাজনৈতিক ভৱিষ্যত কস্মিনকালেও সুৰক্ষিত নহব। Please attention to Honorable @narendramodi @AmitShah @BJP4India @himantabiswa


श्रीमान उत्तम कुमार राय( শ্রীমান উত্তম কুমাৰ ৰায় ) Reposted

পুৰণা স্মৃতি প্ৰাক্তন কেন্দ্রীয় মন্ত্রী মানী জন বাৰলাৰ সাথে দিল্লীত উমাৰ সৰকাৰী আবাসত।

Tweet Image 1

श्रीमान उत्तम कुमार राय( শ্রীমান উত্তম কুমাৰ ৰায় ) Reposted

ৰাজ্য চৰকাৰৰ অনুমোদিত কামতাপুৰ অটোনমাছ কাউন্সিল (KAC)ৰ বিলখন সংশোধন কৰি অবিভক্ত কামৰূপ জিলাৰ কোচ-ৰাজবংশী গাওঁ অন্তর্ভুক্ত কৰিব লাগে আৰু ৩৫% বা ততোধিক কোচ-ৰাজবংশী বসতি প্ৰধান গাওঁ KACত অন্তর্ভুক্ত কৰিবলৈ আবেদন জনালোঁ। @himantabiswa @jayanta_malla @BJP4Assam


श्रीमान उत्तम कुमार राय( শ্রীমান উত্তম কুমাৰ ৰায় ) Reposted

যিহেতু স্বায়ত্ত শাসিত পৰিষদ(Autonomous Council)ত্ৰিস্তৰীয় পঞ্চায়তী ৰাজৰ বিকল্প ব্যবস্থা।গতিকে কমতাপুৰ অটোনমাচ কাউন্সিল(KAC)ৰ বিলখন সংশোধন কৰি পঞ্চায়ত আৰু গ্ৰামোন্নয়ণ(P&RD)ৰ লগতে ভূমি আৰু ৰাজহাহ বিভাগ অন্তর্ভুক্ত কৰিবলৈ অসম চৰকাৰক আহ্বান জনালোঁ। @himantabiswa @jayanta_malla


श्रीमान उत्तम कुमार राय( শ্রীমান উত্তম কুমাৰ ৰায় ) Reposted

#KAC গঠিত হোৱাৰ পিছত কিয় #AKRSUক ঐক্যবদ্ধ কৰিব পৰা নাই গোকুল-হিতেশ্বৰে ;ওলোটাই AKRSU তেওঁলোকে আকৌ বহুধাবিভক্ত কৰিছে। যেনেঃ-AKRSU(ক্ষিতিশ),AKRSU(বলো ৰাম),AKRSU(দ্বিপেন), AKRSU(অতুল), AKRSU(পুৰেন), AKRSU( দ্বীব্যজ্যোতি), AKRSU(UG), AKRSU(BTR)ইত্যাদি। @himantabiswa @jayanta_malla


श्रीमान उत्तम कुमार राय( শ্রীমান উত্তম কুমাৰ ৰায় ) Reposted

#KAC ৰ অধ্যক্ষ, উপাধ্যক্ষ, মুখ্য কাৰ্যবাহী পাৰিষদকে ধৰি পাৰিষদ সকলৰ কোচ-ৰাজবংশী জনগোষ্ঠীয় ভাষাৰ ওপৰত পূর্ণ দখল থাকিব লাগিব। জনগোষ্ঠী এটাৰ পৰিচয়ৰ মুল আধাৰটোৱে হলঃ- ভাষা, সংস্কৃতি, ইতিহাস আৰু ঐতিহ্য। Please attention to Honorable @himantabiswa @jayanta_malla


श्रीमान उत्तम कुमार राय( শ্রীমান উত্তম কুমাৰ ৰায় ) Reposted

যি ধুবুৰী জিলাৰ পৰা এসমষত কোচ-ৰাজবংশী সমাজৰ পৰা প্ৰায়ত মুখ্যমন্ত্রী জননেতা শৰৎ চন্দ্র সিংহ, কবিৰ ৰায় প্ৰধানী,অনিৰুদ্ধ সিংহ,ডালিম ৰায়,ৰুক্মিণীকান্ত ৰায়ৰ দৰে বৰন্য জন প্ৰতিনিধিয়ে বিধানসভাৰ আসন অলংকৃত কৰিছিল।সেই ধুবুৰীত অবৈধ অনুপ্রবেশৰ ফলত আমাৰ প্ৰতিনিধি শূন্য। @himantabiswa


श्रीमान उत्तम कुमार राय( শ্রীমান উত্তম কুমাৰ ৰায় ) Reposted

মাননীয় প্রধানমন্ত্রী @narendramodi আৰু গৃহমন্ত্ৰী @AmitShah ডাঙৰীয়াক অনুৰোধ জনালোঁ যে অসমৰ বানপানী আৰু গড়াখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাবে ঘোষণা কৰা হওঁক। কাৰণ বানপানী আৰু গড়াখহনীয়াৰ ফলত অসমত প্ৰতি বছৰে লাখ লাখ পৰিয়াল সৰ্ব শান্ত হয়। @himantabiswa @Pijush_hazarika


श्रीमान उत्तम कुमार राय( শ্রীমান উত্তম কুমাৰ ৰায় ) Reposted

গো-কুল বৰ্মনৰ মাল্লু নৃত্য। #KAC খন অতিশীঘ্রে ভংগ কৰাৰ আবেদন জনালোঁ। ৰাজনৈতিক ভাৱে অপৰিপক্ক আৰু অদুৰদৰ্শি নেতৃত্বৰ হাতত কোচ-ৰাজবংশী জনগোষ্ঠীৰ ভৱিষ্যত অন্ধকাৰ।। @himantabiswa @jayanta_malla


श्रीमान उत्तम कुमार राय( শ্রীমান উত্তম কুমাৰ ৰায় ) Reposted

মাননীয় মুখ্যমন্ত্রী @himantabiswa মহোদয় লৈ আবেদন জনাওঁ যে কমতাপুৰ অটোনমাচ কাউন্সিল (KAC)-ৰ বৰ্তমান পাৰিষদখন ভংগ কৰি দি ক্ষুদ্র পৰিসৰত এজনকৈ নাথ-যোগী, কলিতা, গৰিয়া-মৰিয়া-দেশী আৰু অনুসুচিত জাতিৰ সম্প্ৰদায়ৰ সদস্য অন্তর্ভুক্ত কৰি পুনৰ গঠিত কৰে যেন। @jayanta_malla


श्रीमान उत्तम कुमार राय( শ্রীমান উত্তম কুমাৰ ৰায় ) Reposted

মুখ্যমন্ত্রী @himantabiswa ডাঙৰীয়া তথা অসম চৰকাৰলৈ এটি বিনম্র অনুৰোধ কমতাপুৰ অটোনমাচ কাউন্সিল (KAC) বৰ্তমান পৰিষদ খন ভংগ কৰি দি ৰাজনৈতিক বিচক্ষণ ব্যক্তিকলৈ নাথ-যোগী, দেশী-গৰিয়া-মৰিয়া, অনুসুচিত জাতি (SC ) বা কলিতা জনগোষ্ঠীৰ এজনকৈ প্ৰতিনিধি অন্তর্ভুক্ত কৰি পুনৰ গঠন কৰক।

Tweet Image 1

श्रीमान उत्तम कुमार राय( শ্রীমান উত্তম কুমাৰ ৰায় ) Reposted

Please attention to honorable CM @himantabiswa Sir ; গোকুল বৰ্মন আৰু কমতাপুৰ অটোনমাচ কাউন্সিল (KAC) ৰ একাংশ পাৰিষদৰ কৃত কৰ্মৰ বাৱে আমি সমগ্র কোচ-ৰাজবংশী জনগোষ্ঠীটো লজ্জিত হৈছোঁ। তেওঁলোকে জাতিটোকে অপমানিত কৰিলে। গতিকে অতিশীঘ্রে পৰিষদ খন ভংগ কৰি দি পুনৰ গঠন কৰক।

Tweet Image 1

श्रीमान उत्तम कुमार राय( শ্রীমান উত্তম কুমাৰ ৰায় ) Reposted

নাৰী কেলেংকাৰী, শাৰী কেলেংকাৰী,বিভিন্ন কেলেংকাৰীৰে গোটেই অসম তথা ভাৰতবৰ্ষত বিখ্যাত হোৱা কামতাপুৰ অটোনমাছ কাউন্সিল (KAC)ৰ একাংশ পাৰিষদে আমাৰ সমাজৰ প্ৰায়ত মুখ্যমন্ত্রী জননেতা শৰৎ চন্দ্র সিংহৰ দৰে বৰন্য ৰাজনৈতিক ব্যক্তি সকলৰ আদৰ্শক হত্যা কৰিলে। @himantabiswa @jayanta_malla


श्रीमान उत्तम कुमार राय( শ্রীমান উত্তম কুমাৰ ৰায় ) Reposted

আমাৰ ইতিহাস আৰু ঐতিহ্যক কলংকিত কৰা সকলক অনতিবিলম্বে কামতাপুৰ অটোনমাছ কাউন্সিল (KAC)ৰ পৰা বহিষ্কাৰ কৰক। মহাৰজা নৰ নাৰায়ণ আৰু মহাবীৰ চিলাৰায়ক চিলাৰায়ক আদৰ্শক অপমানিত কৰা উচিত শিক্ষা দিয়ক। Please attention to honorable @himantabiswa @jayanta_malla @BJP4Assam


श्रीमान उत्तम कुमार राय( শ্রীমান উত্তম কুমাৰ ৰায় ) Reposted

Please attention to Honorable @himantabiswa CM. Sir. I'm hopeful that you'll take necessary action as early as possible.

Tweet Image 1
Tweet Image 2
Tweet Image 3
Tweet Image 4

श्रीमान उत्तम कुमार राय( শ্রীমান উত্তম কুমাৰ ৰায় ) Reposted

News regarding KAC. আমাৰ জাতীয় গৌৰৱ আৰু ঐতিহ্যক কলংকিত কৰা সকলক ৰাজহুৱা ভাৱে বৰ্জন কৰক। Please attention to Honorable @himantabiswa CM, Sir. @jayanta_malla @BJP4Assam

Tweet Image 1
Tweet Image 2
Tweet Image 3
Tweet Image 4

श्रीमान उत्तम कुमार राय( শ্রীমান উত্তম কুমাৰ ৰায় ) Reposted

মাননীয় মুখ্যমন্ত্রী @himantabiswa মহোদয় আপোনালোকৰ চৰকাৰে ২০২০ৰ শেষৰ ফালে #KAC গঠিত কৰাৰ পিছতো গোলোকগঞ্জ,বিলালীপাৰা পূব,সৰভোগ আৰু অভয়াপুৰী উত্তৰ সমষ্টিত হাৰিবলগীয়া হৈছিল।কথা খিনি অলপ বিশ্লেষণ কৰিব।হিতেশ্বৰ বৰ্মন আৰু গোকুল বৰ্মন নেতৃত্বাধীন KAC ভংগ কৰক।@jayanta_malla


श्रीमान उत्तम कुमार राय( শ্রীমান উত্তম কুমাৰ ৰায় ) Reposted

এই নৰপিচাশ কেইটাৰ বিচাৰ প্ৰক্ৰিয়া POCSO-ৰ অধীনত ফাষ্টট্ৰক আদালৰ জড়িয়তে কৰা উচিত।নহলে ইহঁতে জামিনত মুক্তি লাভ কৰি মৌলবাদীৰ হাত শক্তিশালী কৰি তুলিব।যাতে এই নৰপিচাশ কেইটা কোনো কাৰণতেই সাৰি যাব নোৱাৰ।Please attention to Honorable, @himantabiswa @jayanta_malla @Pijush_hazarika

Tweet Image 1

Loading...

Something went wrong.


Something went wrong.