Luna gogoi
@gungun_gogoi_87দুহাতত হাত থৈ সেউজীয়া ৰঙা সপোন ৰচিবলৈ মই ৰৈ থাকিম তোমাৰ বাবে💞
Similar User
@MainiChamuah
@TRISHNA17406661
@Supriya_NT01
@MondiraBora
@ruhipriyagogoi
@MousumiBoruah17
@nangruhi
@MunmiBorgohain4
@Samiksha_Fire
@Gulabo133
@RavaSagorika
@Priyank95243467
@SarmaIshita
@KakatiLalita
@PrittysanjanaA
নিজৰ জন্মদিনত কিনি আনা Cake টোতকৈ , মায়ে নিজ হাতেৰে বনাই দিয়া পায়সৰ সুৱাদে সুকীয়া❤ -----💝-----
বিশ্বাসে সম্পৰ্ক গঢ়ে আৰু সন্দেহে সম্পৰ্ক ভাঙে --------🖤-----------
সদায় ভাল লগা বোৰেহে আটাইতকৈ বেছি দুঃখ দিয়ে ...😢🥀
সুন্দৰতাত কিবা জানো মূল্য আছে ? নে মুখা পিন্ধা মানুহৰ কিবা যোগ্য আছে ? আছে মাথোঁ সু-কৰ্মত , বিশ্বাসযোগ্যতাত , নম্ৰমতাত আৰু সৎ চৰিত্ৰতাত॥ --------❣------------ ✍ গুণগুণ
জীৱনৰ সংগ্ৰামখনত মনে বিচৰাবোৰ কেতিয়াবা আঁতৰত ৰাখিও আমি আগবঢ়াৰ প্ৰয়োজনীয়তা আহি পৰে , কেতিয়াবা কেতিয়াবা আমি নিজৰ মনৰ ওচৰত হাৰিব লগীয়া হয় ..... এইয়াই জীৱনৰ সংগ্ৰম ॥😞 --------🍁---------
এবাৰ কৈ চোৱা..., তুমি যেনেকৈ বিচাৰা তেনেকৈয়ে পাবা....🙈 --------🌹-------
দয়া , মৰম , প্ৰেম - ভালপোৱা , সন্মান , আশীৰ্বাদ আদি এইবোৰ টানি আজুৰি লোৱা বস্তু নহয় ...গুৰুত্ব অবিহনে কেতিয়াও এটা সম্পৰ্ক জীয়াই নাথাকে ...য'ত সচাঁ ভালপোৱা থাকে , তাত কেতিয়াও গুৰুত্বৰ অভাৱ নহয় ...❣❣ -----------🍁-----------
তথাপিও জীৱন ভালপাওঁ তোক!দিন গনি থাকো.... আশাৰ নাই অভিযোগ😊 ---------❣️--------
বিলাসী জীৱন নালাগে, মা দেউতাৰ প্ৰয়োজন সমূহ পূৰণ কৰিব পাৰিলেই মই বহুত সুখী ।
চকুপানীয়ে তেতিয়া কথা কয় , যেতিয়া ব্যক্তিৰ মুখৰ ভাষা অসহায় হৈ যায় ॥ ------🥀------
প্ৰতিটো ভালপোৱা সম্পৰ্কত প্ৰিয়জন সদায় আপোনাৰ লগত থাকিব লাগে সেইটো আৱশ্যকীয় নহয়...॥ আৱশ্যকীয় এইটো যে , যাতে আপোনাৰ যিকোনো বিপদ ,সমস্যা নহওঁক কিয়.... ভালপোৱা প্ৰিয়জনে আপোনাৰ লগ কেতিয়াও নেৰে....❤💞 -----------🍂------------ ✍ গুণগুণ
আঘোনৰ সোণোৱালী পথাৰত ভৰি থকা সোণগুটি লখিমীবোৰ🌾❤🍃
জীৱন নামৰ গ্ৰন্থখনত এক আচৰিত অস্থিৰতা আছে , দুখৰ সময়ত এনে লাগে যেন একোৱেই নাই ..., আৰু সুখৰ সময়ত যেন সকলো আছে ॥ --🍁☺🍁-- - গুণগুণ
এবাৰ প্ৰেমত পৰি চাব চোন , পোৱা নোপোৱাৰ মাজতো এটা মাদকতা পাব..., কেতিয়াবা প্ৰাপ্তিৰ মাদকতা আৰু কেতিয়াবা অপ্ৰাপ্তিৰ॥ 🙂❤ .....🌹..... ✍ গুণগুণ
সূৰ্য্য লহিৱাৰ সময়ত পোহৰ আৰু এন্ধাৰৰ মাজত অনাই বনাই থকা ৰঙীন আকাশখন ....🍂 ---💞---
সময় আৰু জীৱন ... দুয়োটাই বৰকৈ দোমোজাত পেলাই | না জীৱনে শান্তি দিয়ে , না সময়ে লগ দিয়ে || ---🙃--- ✍গুণগুণ
মোৰ জীৱনত বুজোৱা মানুহ বহুত আছে..., কিন্তু বুজিব পৰাহে কোনো নাই...|| ---😔---
জীৱনটো সৰু , ইয়াক লৈ অহংকাৰ কৰা বাদ দিয়া... যিমান দিন জীয়াই থাকা সকলোৰে লগত মিলি থাকিব শিকা.. এই পৃথিৱীত কোনো লোকে নাজানে , নিজৰ ভৱিষ্যৎ কোনটো দিশত আগুৱাই গৈছে...|| ----🌠---- - গুণগুণ
কাৰোবাক হেৰুৱাৰ ভয়ত বা কাৰোবাক পোৱাৰ আশাত যদি , আপুনি নিজে নিজক কষ্ট দি আছে তেতিয়াহ'লে সেই আশা বাদ দিয়ক ॥ কাৰণ তাই/সি যদি আপোনাৰ কষ্টৰ কথায়ে নুবুজে..., ভালপোৱা ক'ত বুজিব...॥ ---😞💔😞--- ✍️গুণগুণ
United States Trends
- 1. Gaetz 879 B posts
- 2. Ken Paxton 15,8 B posts
- 3. DeSantis 29,4 B posts
- 4. Volvo 21,7 B posts
- 5. Attorney General 224 B posts
- 6. Mark Levin 2.225 posts
- 7. 119th Congress 9.468 posts
- 8. Murkowski 48,8 B posts
- 9. John Curtis 27,4 B posts
- 10. Mike Davis 3.496 posts
- 11. Gary Gensler 35,5 B posts
- 12. Andrew Bailey 3.783 posts
- 13. Trey Gowdy 5.131 posts
- 14. Rubio's Senate 12,1 B posts
- 15. Netanyahu 875 B posts
- 16. Katie 42,4 B posts
- 17. Dashie 3.468 posts
- 18. Dragon Believer 2.689 posts
- 19. ICBM 246 B posts
- 20. #GeeksgivingGiveaway N/A
Who to follow
-
Maini Chamuah
@MainiChamuah -
🌼💞
@TRISHNA17406661 -
𓆩𝐒𝐮𝐩𝐫𝐢𝐲𝐚 𝐍𝐓𓆪🍃🥀
@Supriya_NT01 -
Mondira Hazarika bora
@MondiraBora -
priya ... 🕊️
@ruhipriyagogoi -
Mousumi_Boruah✿*♡*✿
@MousumiBoruah17 -
Priya Gogoi
@nangruhi -
munmi Borgohain
@MunmiBorgohain4 -
সমীক্ষা পাটগিৰি🥥🧆
@Samiksha_Fire -
ꋫຮНꭺ🧚♀️
@Gulabo133 -
সাগৰিকা ৰাভা🌊
@RavaSagorika -
Priyanka Saikia
@Priyank95243467 -
Ishita Sarma🌐
@SarmaIshita -
Lalita Kakati
@KakatiLalita -
PrittySanjana Assam
@PrittysanjanaA
Something went wrong.
Something went wrong.