Similar User
@NituBor35290948
@PanchamlB
@MainiChamuah
@Modhu454
@Pratyaasha_NT
@MunmiBorgohain4
@ruhipriyagogoi
@MousumiBoruah17
@morandeepsikha1
@kankanapegu__
@SarmaIshita
@SharmaAshapurna
@Priyank95243467
@DikshitaBoruah5
@KakatiLalita
যান্ত্ৰিকতাৰ এই যুগত আমি আমাৰ ভাল লগা কিছুমান কাম কৰিবলৈ পাহৰি যাওঁ । সেয়ে ব্যস্ততাৰ মাজতেই অলপ মান নিজৰ বাবে সময় উলিয়াই নিজৰ মন পছন্দৰ কাম কৰি চাব চোন। আৰু সেই কামবোৰেই আমাৰ মনতো সজীৱ কৰা লগতে আমাৰ প্ৰত্যকটো দিন বিশেষ কৰি তোলে।
ইতি, প্ৰেমৰ ঠিকনা তোমাৰ পদূলিলৈ বুলি খামৰ মাজত এজাপ মৰম বান্ধি শাৰদী সন্ধ্যাৰ নামত একলম লিখি বুকু ভৰাই পঠিয়াইছোঁ তোমালৈ শেৱালী ফুলীয়া হাঁহি আদৰেৰে সাঁচি থোৱা লহপহীয়া মৰমখিনি অশেষ হেঁপাহেৰে শব্দৰ মুকুতাত গাঠি তোমালৈ বুলি বহু আশাৰে চিঠিখনি।
🥀 প্ৰকৃতিৰ অপূর্ব দৃশ্য য'ত, মনৰ শান্তি ত'ত। 😊🥀 #সুপ্ৰভাত 🌿💚
সেই যে তাহানিতে ভাবি থোৱা আহিনমহীয়া কথাবোৰ কোৱাই নহ'ল জানা তোমাক মনৰ বতৰাবোৰ শূন্য বুকুত বাৰে বাৰে আমনি কৰেহি কাহানীও ম্লান নোযোৱা খোপাৰ শেৱালী সুবাস ঘনাই আহি চানি ধৰে উন্মুক্ত মন আৰু মুক্ত আকাশ।
মনত কেৱল এটাই হেঁপাহ, মই যেতিয়া মনত কৰিম তোমাক, তুমি যেন অনুভৱ কৰা মোক তোমাৰ হৃদয়ত। মোৰ হৃদয়ৰ পৰা তুমি আজি বহু দুৰত , কিন্তু তোমাৰ ভাগৰ সময়ে আজিও অকলে বাগৰ সলায়। স্মৃতিৰ পাতখিলা লুটিয়াই চালো, দেখিলো যোৱা বছৰ যে, এই সময় খিনিত তুমি সচাঁই মোৰ আছিলা।।💔
Pintando flores…
🥀 আনক সলনি কৰাতকৈ নিজক সলনি কৰাত বেছি গুৰুত্ব দিব লাগে। যেনেকৈ বাচন টোক আমি বাহিৰত কমকৈ কিন্তু ভিতৰৰ ফালে ভালকৈ ঘঁহিব লগা হয়, যাতে দাগ থাকি নাযায়।😊🥀 #ৰিপিট_টুইট #সুপ্ৰভাত🍵🍃💚
তুমি উশাহৰ লগত উশাহ মিলাই, জীৱন অতিবাহিত কৰিম বুলি কথা দিছিলা!! এতিয়া খোজৰ লগত খোজ মিলাবলৈও যেন অদৃশ্য হৈ গ'লা।💔🖤
🥀জীৱনত বেছি সম্পৰ্কীয় মানুহ থকাৰ প্ৰয়োজন নাই, কিন্তু যিখিনি সম্পর্কীয় থাকে, সেইখিনিত জীৱন থকাৰ প্ৰয়োজন হয়। সময়ে সাপেক্ষে, বিপদে আপদে যাতে মাত এষাৰ দিয়ে।।😊🥀 #সুপ্ৰভাত 🍵🌿🌝
Jai Shree Krishna 🪷
অন্ধকাৰ কেৱল প্রকৃতিতেই থাকে নে? মানুহৰ মাজতো থাকে। আৰু হৃদয়তো... 🍂🍂 ~পাৰ্চী
সময়, বতাহৰ লহৰ যেন আৰু আমি সাধাৰণ হালধীয়া এখিলা পাত। সৰি পৰো সৰি পৰো বুলি মনত হেজাৰ ভাবনাৰ সোঁত, পিছে কোনে জানে অহা ডিসেম্বৰত মই ক'ত, তুমি ক'ত!!?🥰💛❤
পাৰফেক্ট নিবিচাৰোঁ! মোক বুজি পোৱা বিশ্বাসী আপোন এজন বিচাৰোঁ,লাগিলে যেনেকুৱাই পৰিস্থিতি নহওক কিয় অজুহাত দেখুৱাই আঁতৰি যোৱা জন নহয়,সকলো মোৰ বিপক্ষে থাকিলেও তেওঁ মোৰ হাতত ধৰি মোৰ সপক্ষে থকাটো বিচাৰো।☺️❤️🌻
A historic selfie 🤳 with the 𝙂𝙊𝙇𝘿 𝙈𝙀𝘿𝘼𝙇𝙇𝙄𝙎𝙏𝙎 🥇👌🏻 #TeamIndia | #AsianGames | #IndiaAtAG22
Feel this song >>> 🥺💔
সম্পৰ্কবোৰ এনেকুৱা নহয় যে সদায় এজনে মনত ৰাখিব বা এজনে সন্মান কৰিব। এটা সম্পৰ্ক আত্মসন্মানতকৈ কোনো গুণে ওপৰত হব নোৱাৰে। লাগিলে সেয়া ভালপোৱাই হওঁক বা বন্ধুত্বই হওঁক। #অনুভৱৰপৰা #goodnight
भगवान श्री गणेश की कृपा बनी रहे आप पर हर दम हर कार्य में सफलता मिले जीवन में न आये कोई गम। गणेश चतुर्थी की शुभकामनाएं! #HappyGaneshChaturthi
জানিব বিচাৰিছোঁ তোমাৰ পৰা... এই যে তুমি দিয়া প্ৰতিশ্ৰুতিবোৰ কলিজাত কঢ়িয়াই লৈ ফুৰিছো এইবোৰৰ কিবা বাস্তৱ আছে নে??
United States Trends
- 1. Pam Bondi 144 B posts
- 2. Jameis Winston 6.023 posts
- 3. #911onABC 21,3 B posts
- 4. Browns 35,3 B posts
- 5. Gaetz 934 B posts
- 6. Brian Kelly 3.644 posts
- 7. Eddie 43,8 B posts
- 8. Fields 45,5 B posts
- 9. Bryce Underwood 19,9 B posts
- 10. #PITvsCLE 3.140 posts
- 11. #TNFonPrime 2.117 posts
- 12. #GoBlue 6.356 posts
- 13. Pickens 4.852 posts
- 14. Brad 34,6 B posts
- 15. Michigan 69,8 B posts
- 16. #DawgPound 2.921 posts
- 17. Lamelo 6.363 posts
- 18. Al Michaels N/A
- 19. Boswell 2.020 posts
- 20. Connor Heyward N/A
Who to follow
-
নিতু বৰুৱা বড়া
@NituBor35290948 -
Panchu🎀
@PanchamlB -
Maini Chamuah
@MainiChamuah -
Modhusmita Hazarika
@Modhu454 -
𝐏𝐫𝐚𝐭𝐲𝐚𝐬𝐡𝐚 ℕ𝕋🚩🥀🌿
@Pratyaasha_NT -
munmi Borgohain
@MunmiBorgohain4 -
priya ... 🕊️
@ruhipriyagogoi -
Mousumi_Boruah✿*♡*✿
@MousumiBoruah17 -
Deepsikha Moran
@morandeepsikha1 -
কংকনা🌻
@kankanapegu__ -
Ishita Sarma🌐
@SarmaIshita -
Ashapurna Sharma (Sum)🚩
@SharmaAshapurna -
Priyanka Saikia
@Priyank95243467 -
Dikshita Boruah
@DikshitaBoruah5 -
Lalita Kakati
@KakatiLalita
Something went wrong.
Something went wrong.