@agri_assam Profile picture

Department of Agriculture, Government of Assam

@agri_assam

Official twitter account of Department of Agriculture, Assam.

Similar User
Crypto Latina photo

@crypto_latinaa

Ministry of Rural Development, Government of India photo

@MoRD_GoI

DIPR Assam photo

@diprassam

CID Assam photo

@AssamCid

The Assam Tribune photo

@assamtribuneoff

Aimee Baruah photo

@AimeeBaruah

Rupam Goswami (Modi ka parivar) photo

@Rupambjp

Assam State Disaster Management Authority photo

@sdma_assam

Nandita Gorlosa photo

@GorlosaNandita

Assam Forest Department photo

@assamforest

Awesome Assam photo

@aweassam

Guwahati Municipal Corporation photo

@gmc_guwahati

DGFT photo

@dgftindia

Food, Public Distribution & Consumer Affairs Dept. photo

@FCSCAssam

Nandan Pratim Sharma Bordoloi photo

@NANDANPRATIM

সম্ভাৱনাময় পথাৰ 🌱🌾 শোণিতপুৰ জিলা কৃষি বিভাগ আৰু CSS-ATMAৰ সহযোগত গাভৰু আৰু ঢেকিয়াজুলি উন্নয়ন খণ্ডত কৰা ৰঞ্জিত চাব ১ ধানৰ প্ৰদৰ্শনীমূলক খেতিৰ আলোকচিত্ৰ। 🌾

Tweet Image 1
Tweet Image 2
Tweet Image 3

মাজুলী জিলাৰ উজনি মাজুলীৰ উলুৱনি গাঁৱৰ কৃষক শ্ৰী অচিন্ত্য মিলিৰ পথাৰত লাৱণ্য প্ৰজাতিৰ বেঙুনীয়া শালিধান (Labanya- Purple Rice) চপোৱাৰ মুহূৰ্ত..🌾🌱

Tweet Image 1
Tweet Image 2
Tweet Image 3

সোণোৱালী পথাৰ..🌾🌱 অসমৰ চহা জীৱনৰ এয়া এক অপৰূপ দৃশ্য। 'পথাৰ দিৱস'ৰ লগত সংগতি ৰাখি কামৰূপ জিলা কৃষি বিভাগৰ উদ্যোগত সাতগাঁও কৃষি চক্ৰৰ পাণবাৰী গাঁৱত ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনাৰ অধীনত কৰা উন্নত জাতৰ ধান চপোৱাৰ মনোমোহা দৃশ্য...


কামৰূপ জিলা কৃষি বিভাগৰ উদ্যোগত আৰু RKVYৰ অধীনত এক বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। এই উপলক্ষে আয়োজিত 'পথাৰ দিৱস'ৰ লগত সংগতি ৰাখি মিৰ্জা কৃষি চক্ৰৰ অধীনৰ দলেগাঁৱৰ জগলীয়াপাৰ কৃষক উৎপাদক কোম্পানীৰ দ্বাৰা প্ৰায় ১০০ বিঘা মাটিত ৰোপণ কৰা উন্নত ৰঞ্জিত চাব-১ জাতৰ ধান চপোৱা হয়।


মৰিগাঁও জিলা কৃষি বিভাগৰ উদ্যোগত আৰু HMNEH আঁচনিৰ অধীনত ভূৰাগাঁও কৃষি চক্ৰৰ অন্তৰ্গত জনসেৱা কৃষি উৎপাদন আৰু বাণিজ্যিক গোটে টেঙাগুৰিৰ মহমৰীয়া পথাৰত কৰা কেপচিকাম খেতিৰ আলোকচিত্ৰ।

Tweet Image 1
Tweet Image 2

চৰাইদেউ জিলাৰ সাপেখাতি-২ কৃষি চক্ৰৰ অন্তৰ্গত লুখুৰাখন গাঁৱত কৃষি বিভাগৰ ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনাৰ অধীনত নহৰু বীজ, ন-জৱকা গাঁৱত এফএনএছ আঁচনিৰ অধীনত বুট, মটৰ আৰু মচুৰ খেতিৰ বাবে বীজ সিঁচা হয়৷

Tweet Image 1
Tweet Image 2
Tweet Image 3

ডিব্ৰুগড় জিলাৰ লাহোৱাল কৃষি চক্ৰৰ মদাৰখাট গাঁও পঞ্চায়তৰ হাটখোলা গাঁৱৰ প্ৰগতিশীল কৃষক গকুল দত্তই ডিব্ৰুগড় জিলা কৃষি বিভাগৰ সহযোগত প্ৰায় ৪০ বিঘা কৃষিভূমিত বিভিন্ন শাক-পাচলি, কলগছ, তিল, মাটিমাহ, ধান ইত্যাদিৰ খেতি কৰাৰ লগতে গাহৰি আৰু মৎস্য পালন কৰি স্বাৱলম্বিতাৰ দিশত আগুৱাই গৈছে।

Tweet Image 1
Tweet Image 2
Tweet Image 3

ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনাৰ অধীনত আৰু মৰিগাঁও জিলা কৃষি বিভাগৰ উদ্যোগত কৃষকৰ মাজত ৰবি শস্য মচুৰ মাহৰ বীজ বিতৰণ কৰা হয়। জিলাখনৰ ভূৰবন্ধা কৃষি চক্ৰৰ অন্তৰ্গত প্ৰায় ২৫০গৰাকী কৃষকক এই বীজ বিতৰণ কৰা হয়।

Tweet Image 1
Tweet Image 2
Tweet Image 3
Tweet Image 4

চৰাইদেউ জিলা কৃষি বিভাগৰ অন্তৰ্গত বৰহাট কৃষি চক্ৰৰ খৰিয়াভেটা অঞ্চলৰ এগৰাকী প্ৰগতিশীল কৃষক শ্ৰী ভূপাল লিকচন৷ কৃষকগৰাকীয়ে ২ বিঘা মাটিত কৃষি বিভাগৰ 'FNS ২০২৪-২৫' আঁচনিৰ অধীনত প্ৰদান কৰা মাটিমাহৰ খেতি কৰিছে। তেখেতৰ কৃষিভূমিৰ আলোকচিত্ৰ। 🌱

Tweet Image 1
Tweet Image 2

লামডিং সমজিলাৰ উদালীত অৱস্থিত বামুণগাঁও-১ কৃষি উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত "Sub-mission on Agricultural Mechanisation (SMAM)" আঁচনিৰ অধীনত কৃষকৰ মাজত কৃষি যন্ত্ৰপাতি বিতৰণ কৰা হয়।‌ উক্ত অনুষ্ঠানত মাননীয় বিধায়ক শ্ৰী শিবু মিশ্ৰ ডাঙৰীয়া উপস্থিত থাকে।

Tweet Image 1
Tweet Image 2
Tweet Image 3
Tweet Image 4

Department of Agriculture, Government of Assam Reposted

.@assam_rural, under the Government of Assam, is driving transformative progress in women's empowerment across the State. A testament to this success, #LakhpatiBaideo Smt. Juri Deka and Smt. Anjali Deka have showcased immense self-reliance and determination. Watch this video to…


Department of Agriculture, Government of Assam Reposted

The Dibrugarh District Agriculture Department has been instrumental in supporting farmers across the district through its various initiatives and programs. Watch this video to learn about Rasna Tulsian, a progressive farmer from the Lahaul Agriculture Circle in Dibrugarh, who…


শিৱসাগৰ জিলাৰ ডিমৌত অসম চৰকাৰৰ খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ মাননীয় মন্ত্ৰী শ্ৰী ৰণজিৎ কুমাৰ দাস ডাঙৰীয়াই ধান ক্ৰয় কেন্দ্ৰৰ শুভ উদ্বোধন কৰে। উক্ত কাৰ্যসূচীত মাননীয় বিধায়ক শ্ৰী সুশান্ত বৰগোহাঁই ডাঙৰীয়া উপস্থিত থাকে।

Tweet Image 1
Tweet Image 2
Tweet Image 3
Tweet Image 4

ভাৰত চৰকাৰৰ কল্যাণকামী পদক্ষেপ 'ধৰতী আবা জনজাতীয় গ্ৰাম উৎকৰ্ষ অভিযান (DAJGUA)ৰ অংশ হিচাপে আজি শিল্পগ্ৰামত মাননীয় মন্ত্ৰী @ranojpeguassam ডাঙৰীয়াৰ লগতে কৃষি সঞ্চালক শ্ৰী ভাস্কৰ পেগু আৰু বিভাগীয় বিষয়াৰ উপস্থিতিত ৬গৰাকী হিতাধিকাৰীক কৃষি যন্ত্ৰপাতি বিতৰণ কৰা হয়।

Tweet Image 1
Tweet Image 2
Tweet Image 3

ৰাষ্ট্ৰীয় ভোজ্য তেল অভিযান-তৈল খেজুৰ (NMEO-OP) আঁচনিৰ অধীনত কালি ওদালগুৰি জিলাত এটি কাৰ্যসূচী ৰূপায়ণ কৰা হয়। ওদালগুৰি জিলা কৃষি কাৰ্যালয়ৰ উদ্যোগত আৰু কে ই কাল্টিভেশ্যন প্ৰাইভেট লিমিটেডৰ সহযোগত জিলাখনত আনুষ্ঠানিকভাৱে তৈল খেজুৰৰ পুলি ৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়।

Tweet Image 1
Tweet Image 2
Tweet Image 3

শোণিতপুৰ জিলাৰ CSS-ATMAৰ উদ্যোগত বিহগুৰী উন্নয়ন খণ্ডত কৰা শালিধানৰ প্ৰদৰ্শনীমূলক খেতিৰ আলোকচিত্ৰ। 🌾🌱

Tweet Image 1
Tweet Image 2
Tweet Image 3

Loading...

Something went wrong.


Something went wrong.