@PareshKurm93072 Profile picture

Paresh Kurmi

@PareshKurm93072

There’s a strong desire inside me to work for the country.

দীপান্বিতাৰ পোহৰে সমাজৰপৰা হিংসা-বিদ্বেষ, অসূয়া-অপ্ৰীতিৰ ভাৱ আঁতৰাই আমাৰ সাতামপুৰুষীয়া সম্প্ৰীতিৰ এনাজৰীডাল শক্তিশালী কৰি তোলক। #দবীপান্বিতা #কালী পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিলো .


#শুভ_মহালয়া আজি শুভ মহালয়া আৰম্ভ হ’ল দুৰ্গোৎসৱৰ লগ্ন।উজনিৰ পৰা নামনিলৈ পৰিলক্ষিত হৈছে মহালয়াৰ ব্যস্ততা। ঢাকৰ শব্দই ৰজনজনাইছে চৌদিশ। নৈৰ পাৰসমূহত পৰম্পৰাগত ৰীতি-নীতিৰে পূৰ্বপুৰুষক স্মৰণ কৰিছে উত্তৰ পুৰুষে।

Tweet Image 1

“যুৱ নেতৃত্ব সমাৰোহ ২০২৪” প্ৰজ্ঞা,ডিব্ৰুগড় জিলাৰ কাৰ্যক্ৰম এনেদৰে ডিব্ৰুগড়স্থিত আউনীআটী শাখা সত্ৰৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈ যায়। 🙏🏻🙏🏻🙏🏻🙏🏻

Tweet Image 1
Tweet Image 2
Tweet Image 3
Tweet Image 4

Happy birthday to our loving PM, you are the icon of the nation. We desperately wait to hear your insightful ideas and motivational thoughts every month.The way you are interacting with the citizens of the country is simply great.

Tweet Image 1

সমূহ অসমবাসীলৈ অসমৰ বৃহৎ চাহ জনগোষ্ঠীৰ পৱিত্ৰ উৎসৱ "কৰম পূজা"ৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। পৱিত্ৰ কৰম উৎসৱে সকলোলৈ কঢ়িয়াই আনক প্ৰেম- ভাতৃত্ববোধ আৰু শান্তিৰ বতৰা।

Tweet Image 1

সংঘ মানে শাখা।

Tweet Image 1
Tweet Image 2
Tweet Image 3

জয় গুৰু শংকৰ সৰ্ব্ব গুণাকৰ যাকেৰি নাহিকে উপাম তোহাৰি চৰণকু ৰেণু শতকোটি বাৰেক কৰহোঁ প্ৰণাম l অসমীয়া সমাজ জীৱন তথা সাহিত্য-সংস্কৃতিৰ পিতৃস্বৰূপ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আজি ৪৫৬ সংখ্যক তিৰোভাৱ তিথি।

Tweet Image 1

ঢেকীয়াখোৱা বৰনামঘ আৰু মইনাপৰীয়া নামঘৰত উপস্থিত হৈ ভগৱন্তৰ শ্ৰীচৰণত সেৱা ললো.

Tweet Image 1
Tweet Image 2

মহাপুৰুষশ্ৰীশ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথি উপলক্ষে গুৰুজনাৰ শ্রীচৰণত সশ্রদ্ধ প্ৰণিপাত যাচিলোঁ।


আজি ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ ডিব্ৰুগড় জিলাৰ বৰবৰুৱা খণ্ড বগীবিল মণ্ডলৰ চাউলখোৱা গাওঁত ৰক্ষাবন্ধন কাৰ্যক্ৰম কৰা হয়।

Tweet Image 1
Tweet Image 2
Tweet Image 3
Tweet Image 4

United States Trends
Loading...

Something went wrong.


Something went wrong.