@PapuRanjan4 Profile picture

Papu Ranjan Hazarika

@PapuRanjan4

Self Employed(Business)PAPU LIGHTING~ All kinds of Stage Lighting, DG & Sound System provider. (অসমীয়া) 'Assam First,Always and Forever'✊ .জয় আই অসম.

Similar User
🌼Sanjib🍃sonowal💫♡ photo

@SanjibS43514458

anupamjit Goswami অনুপমজিৎ গোস্বামী photo

@anupamjit_G0001

সমীষ ভূঞা(Shamish) photo

@shamiranbhuyan

CHINMAYA BHARALI photo

@cnbharali

Simanta Thakuria photo

@simanta_19

Dibyajyoti Kashyap photo

@Dibyajyoti2006

তৰুণ অসম photo

@TorunSonowal

Dipজ্যোতি photo

@he_is_pisces

Swapan Kalita photo

@SwapanKalita6

Rajib Gogoi Gogoi photo

@RajibGogoiGogo1

Pinned

তুমি মোৰ Lifeত আহিবা বুলি ভাবুতে তোমাৰ বিয়াই থিক হৈ গল...


Papu Ranjan Hazarika Reposted

আজিকালি নাম সলনি কৰিলেই উন্নয়ন হৈ যায় নেকি @himantabiswa !

Tweet Image 1

Papu Ranjan Hazarika Reposted

এনেকৈয়ে বিশ্বগুৰু হবলৈ গৈ আছে।

Tweet Image 1

Papu Ranjan Hazarika Reposted

এয়াহে অসমীয়াগিৰি🙏 পদ্মশ্ৰী তথা অৰণ্য মানৱ পায়েং দেৱৰ মনৰ কথা।

Tweet Image 1

Papu Ranjan Hazarika Reposted

অগ্নিগৰ্ভা মণিপুৰ!৩গৰাকী মন্ত্ৰী আৰু ৬গৰাকী বিধায়কৰ আৱাসত আক্ৰমণ। মুখ্যমন্ত্ৰীৰ জী-জোঁৱাইৰ ঘৰতো আক্ৰমণ প্ৰতিবাদকাৰীৰ। ১১ কুকি বিদ্ৰোহী নিহত হোৱাৰ পাছতেই মণিপুৰত অগ্নিগৰ্ভা পৰিস্থিতি।এতিয়া এই সময়ত AFSPA প্ৰত্যাহাৰ কৰিবলৈ আহ্বান মণিপুৰ চৰকাৰৰ। #manipur_violence

Tweet Image 1

Papu Ranjan Hazarika Reposted

প্ৰথম অবস্থাত ভয়ত অথবা মানসিক ভাবে ভাঙি পৰা জ্ঞানদ্বীপ হাজৰিকাই আজি OC ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে পাণবজাৰ থানাত প্ৰাণে মৰাৰ ভাবুকি দিয়াৰ অভিযোগ তুলি এজাহাৰ দাখিল। থানালৈ আনি মাৰপিট কৰা,শাৰীৰিক নিৰ্যাতন চলোৱাৰো অভিযোগ।

Tweet Image 1
Tweet Image 2

Papu Ranjan Hazarika Reposted

অসম আৰক্ষীৰ পোচাকত থকা "জনহিতাৰ্থৰ সেৱাৰ্থে " বাক্য শাৰী শোভা নোপোৱা হোৱা যেন অনুভৱ‌ হৈছে।


Papu Ranjan Hazarika Reposted

নিলম্বন নহয় চাকৰি পৰা বিদায় দিয়া ব্যৱস্থা কৰক @gpsinghips @himantabiswa

The Behaviour of Insp Bhargav Borbora OC Panbazar is unacceptable. He is being placed under suspension with immediate effect and a Departmental Enquiry has been ordered. CP Guwahati has been advised to post another officer immediately. @GuwahatiPol @assampolice @CMOfficeAssam



Papu Ranjan Hazarika Reposted

এইয়াই অসম পুলিচ⁉️ যদি গুৱাহাটী মহানগৰীত হাজাৰ হাজাৰ ৰাইজৰ সন্মুখতেই এইদৰে যুৱকক সৰু কথাতেই অত্যাচাৰ কৰাৰ সাহস কৰিব পাৰে,তেন্তে নিশাৰ এন্ধাৰত বা পুলিচ থানাতএইসকল কিমান ভয়াবহ! স্বয়ং মুখ্যমন্ত্ৰী আৰু গৃহমন্ত্ৰীয়েই যদি অপৰাধী পুলিচ বিষয়াক সুৰক্ষা দিয়ে, তেন্তে তাৰ ফলাফল এইয়াই

অত্যাচাৰী আৰক্ষী বিষয়া



Papu Ranjan Hazarika Reposted

সাধাৰন লোকৰ ওপৰত বৰমতা হোৱা এইজনেই ভাৰ্গব বৰবৰা। এই সকলেই বিনা পইচাত চাকৰি পোৱাৰ সময়ত যোগ্যজনে পোৱা বুলি বহুতেই মন্তব্য কৰিছিল। এওৰ যোগ্যতা গুণ্ডামী! বুলি প্ৰকাশ কৰিলে। এইবোৰে চাকৰিকালত আৰু কি দেখুৱাই চাই থাকক! নিলম্বন হৈছে যদিও আকৌ আহিব!

Tweet Image 1

Papu Ranjan Hazarika Reposted

এইজন গুৱাহাটীৰ পাণবজাৰ থানাৰ OC ভাৰ্গৱ বৰবৰা। 'মাৰি পেলাম মাৰি পেলাম' বুলি কৈ এজন ডেলিভাৰী বয়ক ৰাস্তাতেই বাইকৰ পৰা নমাই প্ৰহাৰ। মুকলি গুণ্ডামি! জানিব পৰা মতে প্ৰহাৰ কৰা যুৱকজন কটনৰ সদ্য প্ৰাক্তন ছাত্ৰ জ্ঞানদ্বীপ হাজৰিকা।তেও ডেলিভাৰী.কমত কৰ্মৰত।এই সকলেই হ'ল অসম আৰক্ষীৰ গৌৰব!

Tweet Image 1
Tweet Image 2
Tweet Image 3
Tweet Image 4

Papu Ranjan Hazarika Reposted

নিজৰ পঢ়াৰ খৰচ নিজে উলিয়াই পৰিয়ালকো সকাহ দিয়া ‘পাৰ্চেল ডেলিভাৰী’ত জড়িত কটনৰ ছাত্ৰজনক আৰক্ষী বিষয়াজনে কৰা প্ৰহাৰ, নিৰ্যাতনৰ দৃশ্যই ক্ষোভিত কৰিছে। খং উঠিছে। অক্ষমণীয় আচৰণ এইয়া। আৰক্ষী সঞ্চালক প্ৰধানে নিলম্বন কৰিছে, বিভাগীয় তদন্তও ঘোষণা কৰিছে। এই তদন্ত যাতে লেহেমীয়া নহয়…


Papu Ranjan Hazarika Reposted

চিগনেল দিয়াৰ পিছতো যদি ৰখা নাই ভুল কৰিছে । ফাইন নভৰালে কিয় ? " মাৰি পেলাম " , " মুখ ভাঙি দিম কেলা " . এয়া খাকী পোছাকৰ দম নেকি ? @himantabiswa @CMOfficeAssam @DGPAssamPolice @gpsinghips


Papu Ranjan Hazarika Reposted

আবেগিক দাদাৰ নতুন চিনেমা আহি আছে । এতিয়া মিডিয়াৰ আগত বৰ বেচিকৈয়ে আবেগিক হৈ পৰিব। পাৰিলে কান্দি দিব। কিন্তু আমি তেওঁৰ চকুপানী দেখি আবেগিক হবলৈ নাই এতিয়া। মানুহ ভালকৈয়ে চিনি পালো। কা আন্দোলনৰ সময়ত জাতিৰ লগত কৰা গাদ্দাৰী কেতিয়াও নাপাহৰো আমি।

Tweet Image 1
Tweet Image 2

Papu Ranjan Hazarika Reposted

নমস্কাৰ দিয়াত আপত্তি কিন্তু ককাল বেকা কৰি আশীৰ্বাদ লোৱাত আপত্তি নাই আমাৰ জনাৰ। উপৰলৈ থু পেলালে নিজৰে গাত পৰে যে সেই কথা পাহৰিল চাগে!!

Tweet Image 1

Papu Ranjan Hazarika Reposted

Singham Again last fight


Papu Ranjan Hazarika Reposted

surya pranam karte karte, swarg darshan ho gaye.

Tweet Image 1
Tweet Image 2

Loading...

Something went wrong.


Something went wrong.