@MohdRashidAhme1 Profile picture

Rashid Ahmed🇮🇳

@MohdRashidAhme1

Similar User
প্ৰাগজ্যোতিষ photo

@talent_axom

Omprakash Nath (Ohmeee) photo

@omprakashnath92

ADITYA GOGOI photo

@ADITYAG63336486

Jayanta Hazarika photo

@jayanta_0p0

Kaustav Das photo

@kaustavdss

Bikash Boruah Bikash photo

@BikashBoruahBi2

Bukhamlung Khunchow photo

@BukhamlungK

🅼🅾🅽🆄 🅼🅾🆉🆄🅼🅳🅴🆁🤞 photo

@MozumderMonu

Mohan Dihingia ( Modi Ka Parivar ) photo

@MohanDihingia

পৰাগ ভট্টাচাৰ্য্য photo

@parag_bhatt29

ABDUL MALEQUE photo

@maleque66kks

Subham Das Niv ✪ photo

@subhamdasmusic

Borun Bikash Indian 🇮🇳 photo

@BikashMech3

তপন শ‌ইকীয়া(Tapan Saikia) photo

@TapanSa37886412

Ronjit Hazarika photo

@RonjitHazarika5

Rashid Ahmed🇮🇳 Reposted

অসম আৰক্ষীৰ পৰৱৰ্তী সঞ্চালক প্ৰধান হ'ব জি পি সিং (@gpsinghips )।কলাক্ষেত্ৰৰ আজি নিযুক্তি পত্ৰ প্ৰদান অনুষ্ঠানত এই কথা ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। অহা ৩১ জানুৱাৰীত কাৰ্যকাল অন্ত পৰিব বৰ্তমানৰ সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তৰ। #NewDGP #Assam

Tweet Image 1

Rashid Ahmed🇮🇳 Reposted

Wow! 😯 Received this video from a friend… It's brilliant. The love and passion this little boy has for the game is evident. #CricketTwitter


সকলোকে গণেশ চতুৰ্থীৰ শুভেচ্ছা থাকিল

Tweet Image 1

পৃথিৱীক জ্ঞানৰ পোহৰেৰে আলোকিত কৰি সভ্যতাৰ বাট মুকলি কৰা প্ৰতিজন শিক্ষাগুৰুলৈ 'শিক্ষক দিৱস'ত সশ্ৰদ্ধ প্ৰণাম জনাইছো। বৰেণ্য দাৰ্শনিক ড° সৰ্বেপল্লী ৰাধাকৃষ্ণনৰ জন্ম দিৱসত তেখেতক শ্ৰদ্ধা জ্ঞাপন কৰিছো।


৭৫ তম স্বাধীনতা দিৱস উপলক্ষে সকলোতে আন্তৰিক অভিনন্দন ও শুভেচ্ছা জনালো ৷

Tweet Image 1

সমূহ অসমবাসীক পবিত্ৰ ঈদ উল ফিতুৰৰ আন্তৰিক অভিনন্দন ও হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ ।

Tweet Image 1

অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াই আৰু আমাৰ মাজত নাই তেখেতৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰিলো

Tweet Image 1

মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল সকলো অসমবাসী ৰাইজৰ মাঘ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ তথা অনাগত দিনত শান্তি সম্প্ৰীতিৰ বাৰ্তা প্ৰেৰণ কৰে


সমূহ অসমবাসী লৈ বৰদিনৰ শুভেচ্ছা জ্ঞাপন কৰিলো

Tweet Image 1

আপােনজন আৰু সময়ে। যেতিয়া একেলগে দুখ দিয়ে। তেতিয়া মানুহ ভিতৰৰ পৰাই শিলৰ দৰে কঠিন হৈ পৰে।।


তুমি এটা মিঠা ৰদালিৰ সুৱাস লৈ আহিছিলা মোৰ কাষলৈ মই হুমুনিয়াহৰ পাত বিচাৰি ফুৰিছিলো তোমাক তুমি উঠিব দিছিলা এটা প্ৰেমৰ জখলাত য’ত মই এখোপ উঠি দুখুপ পিচলি পৰিছিঁলো


মানৱ চৰিত্ৰৰ আটাইতকৈ বেয়া গুনটো হৈছে, বিশ্বাসঘাটকতা কৰা আৰু আটাইতকৈ ভাল গুনটো হৈছে ক্ষমা কৰি দিয়া


আমাৰ জীৱনত কেতিয়াবা এনেকুৱা সময় আহে, য'ত আমি বাচনি কৰিব লগা হয়, যে, কিতাপখনৰ পাত লুটিয়াম নে, কিতাপখন বন্ধ কৰিম।


মই হৰি গলোঁ আজি তোমাৰ ওচৰত, কাৰণ, তোমাৰ মৰম ভালপোৱা কিনিবলৈ সিমান ধন-সোণ, সা-সম্পত্তি মোৰ নাই ।


Karobar Kash Shapiboloi Somoy Lage, Karobak Aapon Koriboloi Somoy Lage, Moito Bohudinote Bisarisilo Tomak, Bhagavane Kole Omulya Bastu Paboloi Somoy Lage. 😍 😘 🥰 😗 😙 😚 ☺️ 🙂 🤗 🤩


কষ্ট দিয়া নহয়, যত্ন কৰি আগলৈ জীয়াই ৰখাৰ নামেই "ভালপোৱা


Loading...

Something went wrong.


Something went wrong.