@BipulKa75287092 Profile picture

বিপুল কলিতা

@BipulKa75287092

Gareeb Nandan janakalyan samiti (President)

Similar User
sashi kanta saikia photo

@sashisaikia

প্ৰশান্ত গগৈ photo

@Prasanta__Gogoi

Benu Madhab Sharma photo

@benumadhab79

Hiranya Deka photo

@Hiranyadeka121

Abu Hannan photo

@AbuHannan115

CAA ৰ ময়ো বিৰোধিতা কৰিম, যদিহে আছু আৰু ৩০টা জাতীয় সংগঠনে ১৯৫১ চনৰ পিছত অহা সকলো বিদেশীক খেদিম বুলি মুকলিকৈ ঘোষণা কৰে।


নাস্তিকৰ কথা নুশুনিব কদাপি, ধৰ্মক তাচ্ছিল্য কৰাজন হ'ল মহাপাপী ! সাফল্যৰ জখলাত উঠি যিয়ে কৰে অহংকাৰ, সূৰ্য্যৰ পোহৰতো দেখে সেইজনে অন্ধকাৰ !


উত্তৰ প্ৰদেশৰ দৰে অসমৰো ৰাজহুৱা সম্পত্তি ধ্বংস কৰা উপদ্ৰৱী সকলৰ পৰাও তেওঁলোকৰ সম্পত্তি বিক্ৰী কৰি হলেও ক্ষতিপূৰণ আদায় কৰক অসম চৰকাৰে... অসমৰ জনতাৰ লগত প্ৰতিপ'ল আছো, কিন্তু অসম ধংশকাৰী সকলক একপ'লো সমৰ্থন নকৰো.....


অসমৰ মুখ্যমন্ত্ৰী মহোদয়লৈ এটি বিশেষ অনুৰোধ.... মহোদয় বৰ্তমান সময়ত সংবাদমেল পাতি থকাতকৈ ৰাইজমেলৰহে অতি প্ৰয়োজন ! কাৰণ সংবাদ মেলে সমস্যাৰ সমাধান নকৰে, বৰং বিভ্ৰান্তিৰহে সৃষ্টি কৰিব ! কিন্তু ৰাইজমেলে সমস্যাটো একেবাৰেই ভৱিষ্যতলৈ শেষ কৰিব.....! এজন সাধাৰণ নাগৰিক 🙏


আপনা বনতা তো ভাৰ মে জায়ে জনতা.... সকলো দল সংগঠনে নিজৰ স্বাৰ্থসিদ্ধিৰ বাবেই ৰাজনীতি কৰি আছে, অসম আৰু অসমীয়াৰ বাবে নহয়.... সকলোৰে এটাই উদ্দেশ্য ২০২১ ত গাডী দখলত থকা বা দখল কৰা.....


আপোনাক সকলোকে মোৰ এটি বিশেষ অনুৰোধ.... যদি আপোনাৰ ঘৰত পিন্ধা পুৰণা কাপোৰ বাকচত ভৰাই ৰাখিছে দুখীয়া পৰিয়ালৰ লোকক দান কৰক ! এই ঠাণ্ডাত আপোনাৰ সেই কাপোৰখনেই কাৰোৱাৰ জীবন দান দিব পাৰে !


A is also the cancerous disease of a society, when will the administration take the right steps on these as well. The earliest game should be a game of gambling.

Tweet Image 1

Why are the poor people laughing and giving a bun, they make hundred pictures of people. 😠😠😠😠😠😠😠😠😠😠


তেওঁক দেখিলে কেতিয়াওঁ ঘৃণা নকৰিব, যিজনে আপোনাক হিংসা কৰে ! সেইজনে আপোনাক এই কাৰণে হিংসা কৰে যে, সেইজনে অনুভৱ কৰে যে তেওঁতকৈ আপুনি বহু গুণেই শ্ৰেষ্ঠ......!


অন্য একো নাই, দল সংগঠন নেতা সকলোৱে অসমখনক ধংশৰ মুখলৈ ঠেলি লৈ গৈ আছে নিজৰ নিজৰ স্বাৰ্থসিদ্ধিৰ বাবেই...


সাধাৰণ মানুহ শুই থকা সিংহৰ দৰে, ধৰ্মীয় ৰাজনীতি কৰি জগাব নিবিছাৰিবি, যদি জাগি যায় ফালি চিৰি কলিজা উলিয়াই পেলাব !


My demand from the government is that if you can't sit on a motorcycle, you can't sit on a taxi, then a rail can not travel more than 90 people in a day, so why apply 140/150 tickets ....?


পুৰুষৰ স্পৰ্শ অবিহনে নাৰী কেতিয়াওঁ চৰিত্ৰহীন নহয়, গতিকে নাৰীক চৰিত্ৰহীন বুলি কোৱাৰ আগতে পুৰুষে নিজক সংশোধন কৰা উচিত !


ৰাজনীতি সেৱা নে চাকৰী...? যদি সেৱা হয় তেতিয়াহলে বেতন কিয় দিয়া হয় বিধায়ক, সাংসদ, মন্ত্ৰীসকলক আৰু যদি চাকৰী হয় তেন্তে যোগ্যতাৰ পৰিক্ষা কিয় লোৱা নহয় বিধায়ক, সাংসদ আৰু মন্ত্ৰী সকলৰ......?


फास्ट फूड खाने से आदमी फास्ट नही होता, स्मार्ट फोन रखने से आदमी स्मार्ट नही होता, लेकिन लूज मोशन होने से "लूज" जरुर हो जाता है ! 😀😀😀😀😀😀😀😀😀


প্ৰথমতে মই ধিক্কাৰ দিছো ৰঙিয়া হাউৱে চ'কৰ নিকতবৰ্তি ভাৰতীয় ষ্টেট বেংক শাখাটোক ! এই শাখাটোৰ কৰ্মচাৰী জড়িত আছে দুৰ্বৃত্তৰ লগত, নহলেনো এই শাখাটোতহে সংঘটিত হয় দুৰ্বৃত্তৰ লুণ্ঠনৰ কাৰ্য্য, কিন্তু ৰঙিয়া চহৰত থকা অন্য বেংক সমুহতটো এনেকুৱা ঘটনা হোৱা নাই !

Tweet Image 1

United States Trends
Loading...

Something went wrong.


Something went wrong.