@DekaSuchendra Profile picture

suchendra Deka

@DekaSuchendra

Similar User
Krishna Kalita photo

@Krishna62842989

Ebadul Hoque photo

@MDEBADULHOQUE3

তালিবান সাপক্ষে মাত মতা দেশদ্রোহী সকলক উচিত তদন্ত কৰে যেন কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰে এইয়া আমাৰ ভাৰতবাসীৰ ভাল বতৰা নহয়।

তালিবানৰ সমৰ্থনত অসমৰ কেইটামানে সামাজিক মাধ্যমত মন্তব্য কৰা দেখা পাইছো।এইবোৰ আমাৰ দেশ তথা ৰাজ্যখনৰ বাবে নিশ্চিত ভাৱে বিপদৰ আগজাননী।কেন্দ্ৰ আৰু ৰাজ্যত বিজেপিৰ চৰকাৰেই আছে যেতিয়া অতি সোনকালে সিহঁতক চিনাক্ত কৰি দেশদ্ৰোহীৰ গোচৰত ৰঙাঘৰত সোমাই দিয়ক।

Tweet Image 1
Tweet Image 2


তালিবান নে কাবুল দখল কৰিলে তাকো বিনা যুদ্ধৰে শুনিচু তালিবানি শাখন চলিব গতিকে কাবুলত থকা ভাৰতীয় লোক সকল ভাৰতলৈ ঘুৰি অহাৰ সুবিধা দিয়ে যেন ।


এদিন দুখ এদিন সুখৰ মাজতে জীৱনতোক লৈ পাৰ কৰি আছো কিন্তু এদিন এদিন কৈ মৃত্যুৰ ফালে আগমন কৰি আছো। 😜


ল'ৰা মানেই পৰিয়ালৰ সুখে তাৰ সুখ, ল'ৰা মানেই টকা অবিহনে জীৱন অসহায়, ল'ৰা মানেই ১৮বছৰ নোহোৱাত দায়িত্বশীল হৈ উঠা, নিজৰ ভালগা বোৰ কৰি গৈ কেনেকৈ পৰিয়ালক সুখত ৰাখিব পাৰি, তাৰ বাবে টকা উপাৰ্জনৰ প্রয়োজন, হাজাৰ দুখত থাকি মুখত এটি হাহি লৈ....হয় মই সুখত আছো।


ধনী ব্যক্তি গৰাকীক যেনেদৰে আদৰ্শ সন্মান প্রদর্শন কৰা তেনেকৈ দুখীয়া লোক জনৰ প্রতিও দয়ালু হোৱা উচিত কিন্তু সমাজৰ গতি পথ সলনি হব ধৰিছে আগৰ সেই দিনবোৰ নাই কিয়া হব ধৰিছে বেছি ভাগ লোকে দুখীয়া লোক গৰাকীক ঘৃণা দৃষ্টিভঙ্গি ৰে ছায়।


আবেগ বোৰ বাঢ়ি আহিলে বিবেগক প্রাধান্য দিয়াৰ চেষ্টা কৰাৰ উচিত।


suchendra Deka Reposted

মিত্ৰতা হোৱাৰ পিছত প্ৰেম হৈ যোৱাতো সম্ভৱ কিন্তু প্ৰেম হৈ যোৱাৰ পিছত কেৱল মিত্ৰতা হৈ ৰৈ যোৱাতো অসম্ভৱ। 📝 চাণক্য।


সপোনৰ পিছত দৌৰি ফুৰিছো, সপোনৰ ফুল বুটলিব । কেতিয়াবা আকৌ থমকি ৰও ফুল খৰিচে বুলি বুটলিব।😜


চাকৰিতো হৈ গ'লে দেউতা আৰু তোমাক কাম কৰিবলৈ নিদিও এনে কল্পনাক লৈ জীয়াই আছে হাজাৰ পৰিয়ালৰ সন্তান।


কলেজৰ প্রথম দিনৰ বন্ধুত চিনাকিয়ে পৃথিৱীৰ খনৰ লগত পৰিচয় দাঙি ধৰিলে আগন্তুক দিনৰ বোৰ কেনেকৈ উপভোগ কৰিম শিকায় দিলে কষ্ট কৰিলে যে পৃথিৱীৰ খনক হাতৰ মুঠিত ৰাখিব পাৰি তাৰে উজ্জ্বলতা।

Tweet Image 1

দুই গৰাকী মহান ব্যাক্তিৰ সুন্দৰ প্রতিভা বিকাশে অসমৰ বাবে এক গৌৰৱবোধ হৈ ৰৱ আজীৱন।

Tweet Image 1

গুৰুদেৱৰ মৃত্যুবার্ষিকী সুশ্রদ্ধা সুঁৱৰিলো। গুৰুদেৱৰ দিথৈ যোৱা অসীম অৱদান সদায় চিৰন্তন হৈ ৰৱ। 🙏

Tweet Image 1

সেনানী আনন্দৰাম ঢেকিয়াল ফুকনদেৱৰ আজি পবিত্র মৃত্যু বাষির্কী তেওঁ অন্যতম শ্রেষ্ঠ অসমীয়া তেওঁ মৃত্যু বাষির্কী উপলক্ষে গভীৰ শ্রদ্ধা সুঁৱৰিলো।

Tweet Image 1

আপোনাৰ কাৰোবাৰ পতি গুৰুত্ব বেছি থাকিলে সেই গুৰুত্বক কেতিয়াও প্রকাশিত হব নিদিব, কাৰণ বেছি কৈ গুৰুত্ব দিলে কিনিবলৈ যোৱা কাপোৰৰ মূল্যও বৃদ্ধি পায়।


গন শিল্পী খগেন মহন্তৰ মৃত্যুবার্ষিকী উপলক্ষে সেৱা জাচিলো।

Tweet Image 1

United States Trends
Loading...

Something went wrong.


Something went wrong.